New Update
/asomiyapratidin/media/media_files/2025/08/28/breaking-news-2025-08-28-23-37-06.jpg)
- তিতাবৰৰ বোকাহোলাত ভয়ংকৰ অগ্নিকাণ্ড।
- প্রকাশ গোৱালা নামৰ লোকজনৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় ব্যৱসায়িক প্রতিষ্ঠানখন।
- অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্রী ক্ষতিগ্রস্ত।
- কথমপি ৰক্ষা পৰে আন কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান।
- স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ।
- বহু পলমকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ।
- অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্রকৃত কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।