" মৰিগাঁৱৰ মিলনপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডত জাহ যায় ৮টা ঘৰ ৪ টা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী জুইত জাহ যায় কেবালক্ষাধিক টকাৰ সম্পত্তি "