New Update
/asomiyapratidin/media/media_files/2025/06/20/dangor-khobr-19-2025-06-20-18-12-22.webp)
- যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড
- ৭টাকৈ ভাড়াতীয়া ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ
- মালৌ আলিত সংঘটিত হৈছে এই অগ্নিকাণ্ড
- দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই জুই সম্প্রসাৰিত
- অগ্নিনিৰ্বাপক বাহিনীৰ তৎপণড়তাত জুই নিৰ্বাপণ
- শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
- অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us