" মহানগৰীৰ গান্ধীবস্তিত বিধ্বংসী অগ্নিকাণ্ড অনু বৰুৱা পথত ৬ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ জুইত ভস্মিভূত ২০ টাকৈ অধিক কোঠা ঘটনাস্থলীত উপস্থিত আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনী কেইবাটাও ঘৰলৈ জুই বিয়পি পৰাৰ আশংকা "