" জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ কাষৰ জংঘলত ভয়ংকৰ অগ্নিকাণ্ড জংঘলৰ এজোপা ডাঙৰ শুকান গছত দুৰ্বৃত্তৰ অগ্নি সংযোগ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনৰ সহায়ত জুই নিৰ্বাপণ বতাহ বলি থকাৰ বাবে জুই সম্প্ৰসাৰিত হোৱাৰ আশংকাত ভূগিছিল দাতি কাষৰীয়া ৰাইজ "