শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল...

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল। মৰিগাওঁ আৰক্ষী থানাত দাখিল কৰা হৈছে এই এজাহাৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তা ৰাতুল বৰাই দাখিল কৰিছে এজাহাৰখন।

author-image
Tushar Pratim
New Update
শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল...
  • ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল।
  • মৰিগাওঁ আৰক্ষী থানাত দাখিল কৰা হৈছে এই এজাহাৰ।
  • শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তা ৰাতুল বৰাই দাখিল কৰিছে এজাহাৰখন।
  • এজাহাৰত অভিযোগ অনা হৈছে, শ্যামকানু মহন্তৰ বাবেই জুবিন গাৰ্গৰ বৰ্হি ৰাষ্ট্ৰত মৃত্যু হৈছে।
  • এজাহাৰত শ্যামকানু মহন্তই গান গাবৰ বাবে মাতি তেওঁক হত্যা কৰাৰ অভিযোগ কৰা হৈছে।
  • অধিবক্তাগৰাকীয়ে মৰিগাওঁ সদৰ থানাত ৰুজু কৰিছে এই গোচৰ।
জুবিন গাৰ্গ