/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-09/vxc2g3ef/7.jpg)
ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল
হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দাখিল কৰা হয় এজাহাৰ
আশ্ৰাফুল হক নামৰ এজন লোকে দাখিল কৰে এজাহাৰ
ভাস্কৰৰ ইউটিউ চেনেলত ভিডিঅ' দেখি স্বপ্ননীলৰ জালত পৰিছিল আশ্ৰাফুল
স্বপ্ননীলৰ কলা অধ্যায় পোহৰলৈ অনাত সহায় কৰিছিল আশ্ৰাফুলে
৫ ছেপ্তেম্বৰত আশ্ৰাফুলক ভাবুকি প্ৰদান ভাস্কৰ দত্তৰ
ভাস্কৰৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল আশ্ৰাফুলৰ
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হব পাৰে ইউটিউবাৰজন
Also Read: জালুকনিবাৰী আৰক্ষীৰ অৱহেলাৰ বাবে দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু: ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন