মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় Fine braking phaseত চন্দ্ৰযান-২… Fine braking phaseত চন্দ্ৰযান-২… asomiyapratidin 07 Sep 2019 01:55 IST Follow UsNew Updateচন্দ্ৰপৃষ্ঠৰ পূৰ্বে Fine braking phaseত ভৰি থৈছে চন্দ্ৰযান -২ৱে।মাত্ৰ কেই কিলোমিটাৰ মান দুৰত্বত চন্দ্ৰযান-২।বৰ্তমানৰ লৈকে সুকলমে হৈ আছে সকলো প্ৰক্ৰিয়া।মাত্ৰ কেইটামান ছেকেণ্ডৰ পাছতে ভাৰতে ৰচিব পাৰে ইতিহাস।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক