পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ...

পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ...

author-image
Asomiya Pratidin
New Update
পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ...

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে দুপৰীয়া ২ মান বজাত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত পুখুৰীত পৰি সলিল সমাধি ঘটে পিতা-পুত্ৰৰ।

Advertisment

পুখুৰীত পৰি মৃত্যু হোৱা লোকজনৰ ৰাজাৰাম নাৰ্জাৰী আৰু তেওঁৰ পুত্ৰ খৌৰমজিৎ নাৰ্জাৰী। মৃত্যু হোৱা শিশুটি প্ৰথম শ্ৰেণীত অধ্যায়নৰত বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ইতিমধ্যে দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈছে।

Also Read: কপিলী নৈৰ বানে উটুৱাই নিয়া ৰবীন টেৰাঙৰ মৃতদেহ উদ্ধাৰ...

kokrajhar Father and son died kokrajhar police