Advertisment

চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

লক্ষীমপুৰৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী ছুইফট বাহন এখনে AS-07-R-1847 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দিয়াই ৷

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
  • চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • লক্ষীমপুৰৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী ছুইফট বাহন এখনে AS-07-R-1847 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দিয়াই ৷
  • দুৰ্ঘটনাটোত পতিত হোৱা ছুইফট বাহনখনত আৰোহী ৰূপে আছিল পিতা-পুত্ৰ ।
  • অৱশ্যে তেওঁলোক দুয়ো সম্পূৰ্ণ সুস্থ অৱস্থাতে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকে তীব্ৰবেগত গাড়ী চলাই পলায়ন কৰিবলৈ সক্ষম হয় ৷
চতিয়া চতিয়া আৰক্ষী