হাজো-শুৱালকুচি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত কৃষক শ্বহীদ দিৱস উদযাপন…

হাজো-শুৱালকুচি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত কৃষক শ্বহীদ দিৱস পালন কৰাৰ লগতে কেইবাগৰাকীও আদৰ্শ কৃষকক এক সভাৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ লৌহমানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত মঙলবাৰে হাজো-শুৱালকুচি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে কৃষক শ্বহীদ দিৱস পালন কৰা হয় ।

Advertisment

হাজো-শুৱালকুচি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত কৃষক শ্বহীদ দিৱস পালন কৰাৰ লগতে কেইবাগৰাকীও আদৰ্শ কৃষকক এক সভাৰ জৰিয়তে সম্বৰ্ধনাও জ্ঞাপন কৰা হয় ।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

হাজো