অসমৰ বিখ্যাত ব্যক্তিসমূহৰ বিভূষিত উপাধি

কিছুমান ব্যক্তি তেওঁলোকৰ প্ৰকৃত নামতকৈ বিভূষিত উপাধি তথা উপনামৰেহে সমাজত বেছি পৰিচিত।বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰ দ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়।

author-image
asomiyapratidin
New Update
অসমৰ বিখ্যাত ব্যক্তিসমূহৰ বিভূষিত উপাধি

কিছুমান ব্যক্তি তেওঁলোকৰ প্ৰকৃত নামতকৈ বিভূষিত উপাধি তথা উপনামৰেহে সমাজত বেছি পৰিচিত।বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰ দ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা উল্লেখ কৰা হৈছে।এই তালিকাখনে অসমৰ সাহিত্য সম্পৰ্কীয় জ্ঞান বৃদ্ধি কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাত আপোনাক নিসন্দেহে বহু সহায় কৰিব।

নাম উপাধি
চন্দ্ৰকুমাৰ আগৰৱালাপ্ৰতিমাৰ খানিকৰ
ৰঘুনাথ চৌধুৰীবিহগী কবি
ৰত্নকান্ত বৰকাতীশেৱালি কবি
কমলাকান্ত ভট্টাচাৰ্যঅগ্নি কবি
বিনন্দ চন্দ্ৰ বৰুৱাধ্বনি কবি
জ্যোতি প্ৰসাদ আগৰৱালাৰূপকোঁৱৰ
আনন্দ চন্দ্ৰ আগৰৱালাভাঙনি কোঁৱৰ
আনন্দ চন্দ্ৰ বৰুৱাবকুলবনৰ কবি
নীলমণি ফুকন"বাগ্মিবৰ ককা"
মতিৰাম বৰালোক প্ৰাণ
হেম বৰুৱাঅসম গৌৰৱ
ফণী শৰ্মানটসূৰ্য্য
গজেন বৰুৱাশোণিতকোঁৱৰ
অমিয় কুমাৰ দাসলোকনায়ক
ড০ ভুৱনেশ্বৰ বৰুৱালোকবন্ধু
ড০ ভূপেন হাজৰিকাসংগীত সূৰ্য্য
লক্ষ্মীধৰ শৰ্মাদেশপ্ৰাণ
ৰজনীকান্ত বৰদলৈউপন্যাস সম্ৰাট
প্ৰসন্ন লাল চৌধুৰীবিপ্লৱী কবি
ৰাধা গোবিন্দ বৰুৱাসিংহ পুৰুষ
নবীন চন্দ্ৰ বৰদলৈকৰ্মবীৰ
হিতেশ্বৰ শইকীয়াকৰ্মশ্ৰী
তৰুণ ৰাম ফুকনদেশভক্ত
হেমচন্দ্ৰ বৰুৱাত্যাগবীৰ
গোপীনাথ বৰদলৈলোকপ্ৰিয়
লক্ষ্মীনাথ বেজবৰুৱা"সাহিত্যৰথী ৰসৰাজ"
অম্বিকাগিৰি ৰায় চৌধুৰীঅসম কেশৰী
ৰাধাকান্ত সন্দিকৈদান বীৰ
আনন্দ ৰাম দাসবনকোঁৱৰ
বিষ্ণু প্ৰসাদ ৰভাকলাগুৰু

Also Read: Famous Poets of Assam: অসমৰ বিখ্যাত কবি