অসমৰ বিখ্যাত ব্যক্তিসমূহৰ বিভূষিত উপাধি

অসমৰ বিখ্যাত ব্যক্তিসমূহৰ বিভূষিত উপাধি

কিছুমান ব্যক্তি তেওঁলোকৰ প্ৰকৃত নামতকৈ বিভূষিত উপাধি তথা উপনামৰেহে সমাজত বেছি পৰিচিত।বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰ দ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা উল্লেখ কৰা হৈছে।এই তালিকাখনে অসমৰ সাহিত্য সম্পৰ্কীয় জ্ঞান বৃদ্ধি কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাত আপোনাক নিসন্দেহে বহু সহায় কৰিব।

অসমৰ বিখ্যাত ব্যক্তিসমূহৰ বিভূষিত উপাধি
Famous Poets of Assam: অসমৰ বিখ্যাত কবি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in