New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
শোণিতপুৰত দাৰে ঘপিয়ালে পত্নীক।
দাৰ ঘাপত আহত মহিলা গৰাকীৰ নাম দৈৱকী ভূজেল।
আৰক্ষীয়ে আটক কৰে ৰতন ভূজেলক।
জানিব পৰা মতে পাৰিবাৰিক কাৰণতে সংঘটিত হয় উক্ত ঘটনা।
উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ আহত মহিলা গৰাকীক।