/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/abbc51e7-041e-49ae-9260-d66de13a0758/FAKIRGANJ_17.jpg)
FAKIRGANJ
-
গুলী চালনা ঘটনাক লৈ ফকীৰগঞ্জ আৰক্ষীৰ মন্তব্য।
-
আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত ছিদ্দিক আলীক কাঢ়ি নিবলৈ চেষ্টা কৰিছিল উত্তেজিত ৰাইজে।
-
আৰক্ষীৰ কনিষ্টবলক শিলগুটি দলিয়াবলৈ চেষ্টা কৰিছিল উত্তেজিত ৰাইজে।
-
ফলত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
-
পৰিস্থিতি ইমানে বেয়া হৈছিল যে, গুলীচালনা নকৰিলে ছিদ্দিক আলীক উত্তেজিত ৰাইজে আৰক্ষীৰ পৰা কাঢ়ি নি মৰেল পুলিচ হৈ হত্যা কৰিলহেতেন।
-
সেয়ে আৰক্ষীয়ে গুলী চলাবলগীয়া হোৱা বুলি প্ৰকাশ।
-
সংবা মেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।