New Update
/asomiyapratidin/media/media_files/2025/12/17/whatsapp-imag-2025-12-17-19-57-05.jpeg)
- নগাঁও কামপুৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে এজন ভুৱা ভিডিপি আটক।
- নিচাযুক্ত ঔষধৰ সৈতে আটক কৰা ভুৱা ভিডিপি মোজাম্মিল হক ওৰফে মুজাক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।
- বিভিন্ন সময়ত দালালিৰ অভিযোগো উত্থাপন হৈ আহিছিল এই মোজাম্মিলৰ বিৰুদ্ধে।
- উল্লেখ্যযে নগাঁৱৰ আব্দুৰ ৰহমানকে আদি কৰি কেইবাজনৰ বিৰুদ্ধেও উত্থাপন হৈ আহিছে দালালিৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us