![00](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/31/CF6sXa59RJB617HpruoT.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মাজাগন ডক শ্বিপবিল্ডাৰছৰ সৈতে ১৯৯০ কোটি টকাৰ (২৩৩ মিলিয়ন ডলাৰ) চুক্তিত স্বাক্ষৰ কৰিছে ।এই ছাবমেৰিনত পানীৰ তলত অধিক সময় থাকিব পৰা প্ৰযুক্তি সংযুক্ত কৰা হ’ব ।
ভাৰতীয় নৌসেনাৰ চাবমেৰিনত টৰ্পিডো একত্ৰিত কৰি অগ্নিশক্তি বৃদ্ধিৰ বাবে ফ্ৰান্সৰ নৌসেনা গোটৰ সৈতেও প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৮৭০ কোটি টকাৰ (১০২ মিলিয়ন ডলাৰ) চুক্তি স্বাক্ষৰ কৰিছে ।