New Update
/asomiyapratidin/media/media_files/2025/05/09/MoI3oB80NihAFLsgdtQI.png)
জম্মুত ব্লেক আউট ঘোষণা
- পুৱতি নিশা কঁপি উঠিল এল অ’ চিৰ নিকটৱৰ্তী এলেকা।
- লাইন অৱ কণ্ট্ৰ’লৰ সমীপৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত শুনা গৈছে বিস্ফোৰণৰ শব্দ।
- ইয়াৰ পাছতে প্ৰশাসনে ঘোষণা কৰে সম্পূৰ্ণ ব্লেক আউট।
- ইতিমধ্যে আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
- ৮মে’ৰ নিশা ১১-০০ বজাৰ পৰা চলি থকা অশান্ত পৰিস্থিতিৰ মাজতে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।