New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/r80fe2gl/AP-FOR-WEB-gnrc.jpg)
ডাঃ নোমল চন্দ্ৰ বৰাৰ সৈতে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ বিশেষ সাক্ষাৎকাৰ
দেশৰে এজন প্ৰতিষ্ঠিত স্নায়ুৰোগ বিশেষজ্ঞ তথা চিকিৎসা বিজ্ঞানী ডাঃ নোমল চন্দ্ৰ বৰা। কেৱল উত্তৰ-পূবৰে নহয়, দক্ষিণ পূব এচিয়াৰ স্বাস্থ্য খণ্ডলৈ আমূল পৰিৱৰ্তন অনাত তেখেতৰ বিশেষ ভূমিকা আছে। জি এন আৰ চি গ্ৰুপ অৱ হাস্পাতালৰ অধ্যক্ষ ডাঃ বৰাই স্বাস্থ্য খণ্ডৰ বহনক্ষম চিকিৎসাৰ হকেও ন ন পৰিকল্পনাৰে বহু কাম হাতে কামে কৰিছে। এইগৰাকী বিশিষ্ট চিকিৎসকৰ সৈতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ সাক্ষাৎকাৰ। ডাঃ বৰাৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। সাক্ষাৎকাৰটি সবিশেষ চাব পাৰিব তলৰ লিংকত...