কি হ'ল? হঠাৎ মঞ্চত অগপ নেতা পৰি গ'ল...

author-image
Asomiya Pratidin
New Update
কি হ'ল? হঠাৎ মঞ্চত অগপ নেতা পৰি গ'ল...

AGP MEETING

ডিজিটেল ডেস্কঃ বৰপেটাত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠানত কাৰ্যসূচীৰ মাজতে হঠাৎ মঞ্চত ঢলি পৰে অসম গণ পৰিষদৰ নেতা সত্যব্ৰত কলিতা।

ততাতৈয়াকৈ কলিতাক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে। এই প্ৰতিষ্ঠা দিৱসত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলটোৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।

barpeta agp