/asomiyapratidin/media/media_files/2025/10/10/stfrhyjii-2025-10-10-09-25-00.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ এইবাৰ কামপুৰত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখল হোৱা ভূমিত চলিব এই উচ্ছেদ অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/10/gthhjyukik-2025-10-10-09-26-07.jpg)
অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ নগাঁও সংমণ্ডল কাৰ্যলয়ে দিছে উচ্ছেদৰ বাবে জাননী।বেদখলকাৰীক ১৫ দিনৰ ভিতৰত বনাঞ্চলৰ ভূমি খালী কৰিবলৈ সময়সীমা ধাৰ্য কৰিছে প্ৰশাসনৰ লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us