New Update
/asomiyapratidin/media/media_files/2025/08/13/web-ap-cotton-2025-08-13-15-59-54.jpg)
- কটন বিশ্ববিদ্যালয়ৰ সমীপত উচ্ছেদ অভিযান
- গুৱাহাটী পৌৰ নিগমে চলালে এই উচ্ছেদ
- কটনৰ কাষৰ পথত অবৈধভাৱে গঢ়ি উঠিছিল বহু ফাষ্টফুডৰ দোকান
- ১৫আগষ্টৰ বাবে পথটো মুকলি কৰিবলৈ নিৰ্দেশ দিছিল পৌৰ নিগমে
- কিন্তু বহুলোকে পথটো মোকলাই নিদিয়াত চলালে এই উচ্ছেদ অভিযান
- বহুকেইখন দোকান ভাঙি উঠাই লৈ যায় পৌৰ নিগমৰ লোকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us