৫০ৰো অধিক বুলড’জাৰ, শতাধিক আৰক্ষী সাজুঃ আজিৰে পৰা যমুনা-মৌডঙা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ...

ডবকাৰ যমুনা-মৌডঙা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা চলিব উচ্ছেদ।  ৫০খনৰো অধিক বুলড’জাৰ লৈ উপস্থিত প্রশাসনৰ এটা বৃহৎ‍দল। সংৰক্ষিত বনাঞ্চলৰ ৬ হাজাৰৰো অধিক বিঘা ভূমি বেখলকাৰীৰ কবলত।

author-image
Asomiya Pratidin
New Update
ce61e903-e703-4547-9fb5-c26c280ce188
  • ডবকাৰ যমুনা-মৌডঙা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা চলিব উচ্ছেদ।
  • ৫০খনৰো অধিক বুলড’জাৰ লৈ উপস্থিত প্রশাসনৰ এটা বৃহৎ‍দল।
  • সংৰক্ষিত বনাঞ্চলৰ ৬ হাজাৰৰো অধিক বিঘা ভূমি বেখলকাৰীৰ কবলত।
  • ১২৫০টা পৰিয়ালে দীৰ্ঘদিনে দখল কৰি আছে বনাঞ্চলৰ ভূমি
  • উচ্ছেদৰ বাবে মোতায়েন কৰা হৈছে কেইবা শতাধিক আৰক্ষী, CRPFৰ জোৱান।
  • ইতিমধ্যে অধিকাংশ  বেদখলকাৰীয়ে  ঘৰ-দুৱাৰ  এৰি ত্যাগ কৰিছে বনাঞ্চলৰ ভূমি।
ডবকা