আজি বৰাক উপত্যাকাত সৰ্ববৃহৎ উচ্ছেদ অভিযান...

বৰাক উপত্যাকাত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। হাইলাকান্দিৰ ঘাৰমুড়া সংৰক্ষিত বনাঞ্চলৰ দমচৰাত উচ্ছেদ। অঞ্চলটোৰ ৫২২টা পৰিয়ালৰ বাসগৃহত চলিব উচ্ছেদ। ১৫০০ৰ অধিক নিৰাপত্তাৰক্ষী, ২০০ বনকৰ্মী নিয়োজিত উচ্ছেদ অভিযানত।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • বৰাক উপত্যাকাত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।
  • হাইলাকান্দিৰ ঘাৰমুড়া সংৰক্ষিত বনাঞ্চলৰ দমচৰাত উচ্ছেদ।
  • অঞ্চলটোৰ ৫২২টা পৰিয়ালৰ বাসগৃহত চলিব উচ্ছেদ।
  • ১৫০০ৰ অধিক নিৰাপত্তাৰক্ষী, ২০০ বনকৰ্মী নিয়োজিত উচ্ছেদ অভিযানত।
  • ২৮০০বিঘা ভূমি মুকলিৰ লক্ষ্যৰে এই উচ্ছেদ।
  • ১৫০খন এক্সভেটৰেৰে কৰা হ'ব এই উচ্ছেদ। 

উচ্ছেদ অভিযান উচ্ছেদ