New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মেঘালয়ৰ দাদেংগ্ৰীত আৰক্ষীৰ এনকাউণ্টাৰ
- মেঘালয়ৰ দাদেংগ্ৰীত আৰক্ষীৰ এনকাউণ্টাৰ
- আৰক্ষীৰ গুলীত নিহত এটা অপহৰণকাৰী উগ্ৰপন্থী
- নিহত অপহৰণকাৰী উগ্ৰপন্থীটোক ৰাকছান মাৰাক বুলি চিনাক্ত
- ২০ মাৰ্চত ৰুভি হুছেইন নামৰ ব্যৱসায়ীক কৰিছিল অপহৰণ
- তিনিজনীয়া অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল ব্যৱসায়ীজনক
- ব্যৱসায়ীৰ পুত্ৰ ৰছিক হুছেইনে ডামাল অসীম থানাত দাখিল কৰিছিল এজাহাৰ
- এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দাদেংগ্ৰীত দেওবাৰে চলায় অভিযান
- আৰক্ষীক দেখি অপহৰণকাৰী উগ্ৰপন্থীৰ দলটোৰ আৰক্ষীলৈ গুলীচালনা
- প্ৰত্যুত্তৰত আৰক্ষীয়েও কৰে গুলীচালনা
- আৰক্ষীৰ গুলীচালনাত আহত হয় দুই উগ্ৰপন্থী অপহৰণকাৰী
- আনজন কোনোমতে ঘন জংঘলৰ সুযোগ লৈ পলায়ন কৰে
- আহত উগ্ৰপন্থী দুটাক চিংছান মাৰাক, ৰাকছান মাৰাক বুলি চিনাক্ত
- গুৰুতৰভাৱে আহত হোৱা ৰাকছান মাৰাকৰ তুৰালৈ নিয়া পথত মৃ্ত্যু হয়
- অপহৰণকাৰীৰ কবলৰ পৰা নিৰাপদে উদ্ধাৰ কৰে ব্যৱসায়ীজনক
- ঘটনাস্থলীৰ পৰা দেশত নিৰ্মিত শ্বটগান উদ্ধাৰ
- জব্দ এটা সৰু পুমা বেগ আৰু এখন দা