New Update
/asomiyapratidin/media/media_files/2024/12/13/znN0ceYFSvllTXwFe34E.png)
- বিশিষ্ট কবি মীৰা ঠাকুৰ আৰু নাই।
- বৃহস্পতিবাৰৰ নিশা প্ৰায় ১০-৩০ বজাত মহানগৰীৰ নেম কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
- অসমীয়া কাব্য- সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে তেখেতে।
- লেখিকা সংস্থাকে ধৰি বহু অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল মীৰা ঠাকুৰ।
- মীৰা ঠাকুৰৰ বিয়োগত অসমীয়া কাব্য সাহিত্যই এগৰাকী বিশিষ্ট কবিক হেৰুৱালে।
- শুকুৰবাৰে নৱগ্ৰহত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ’ব মীৰা ঠাকুৰৰ।