/asomiyapratidin/media/media_files/2025/05/04/Qq7Q0NpMzxQyuaIZRUNv.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ গ্ৰাহকৰ এক অভাৱ দূৰ হ’ল ৷ বেঙেনাখোৱাত মুকলি কৰা হ’ল তিনি মহলীয়া “ক্লাচিক কনচেপ্ট নামৰ গৃহসজ্জা আৰু মহিলাৰ বিভিন্ন ষ্টাইলৰ পিন্ধনৰ বিপণী ৷
উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে গোলাঘাট -ফৰকাটিং ৰোডত মুকলি কৰা এই বিপণীখনত অতি সুন্দৰ আৰু ব্ৰেণ্ডেড সামগ্ৰী উপলব্ধ হ’ব ৷ উদীয়মান যুৱ ব্যৱসায়ী অনুপ আগৰৱালা মালিকীস্বত্ব এই বিপণীখন দেওবাৰে অসমৰ এজন পৰিবেশবিদ তথা বিশিষ্ট সমাজকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে ফিটা কাটি শুভ উন্মোচন কৰে ৷
এই বিপণীখনত পাঁচজন যুৱক আৰু পাঁচগৰাকী যুৱতীক সংস্থাপিত কৰা হৈছে।