New Update
/asomiyapratidin/media/media_files/2024/12/07/jbtoIB2JqtedfxxFgDTQ.jpg)
- সাঁতোৰত পুনৰ এক অভিলেখ গঢ়িলে এলভিছ আলী হাজৰিকাই
- মুম্বাইৰ ৱৰ্লি চি লিংকৰ পৰা আৰৱ সাগৰৰ অটল সেতুলৈ সাঁতোৰ এলভিছৰ
- ১৩ঘণ্টা সময়ত এলভিছে সাঁতুৰি পাৰ হয় ৪২.৫ কিঃমিঃ সাগৰীয় দূৰত্ব
- এই অভিযান সম্পন্ন কৰা এলভিছ প্ৰথমগৰাকী ভাৰতীয় সন্তৰণবিদ
- মাজনিশা ১.৪৫বজাত এলভিছে আৰম্ভ কৰিছিল সাঁতোৰ অভিযান
- মহাৰাষ্ট্ৰ সাঁতোৰ সন্থাই সহযোগ কৰিছিল এলভিছৰ এই অভিযানত