/asomiyapratidin/media/media_files/2025/10/03/466-2025-10-03-08-08-57.jpg)
ডিজিটেল ডেস্ক : ৫০০ বিলিয়ন ঐশ্বৰ্যৰ গৰাকী হ’ল বিশ্বৰ আগশাৰীৰ উদ্যোগপতি এলন মাস্ক। মাত্ৰ ১০ মাহত ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত অভিলেখ ৰচিলে মাস্কে।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁ ৪০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল। এইবাৰ ৫০০ বিলিয়ন ডলাৰৰ গৰাকী হ’ল উদ্যোগপতিগৰাকী।
এতিয়া তেওঁৰ সম্পত্তিৰ মূল্যই ৫০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে। বিশেষজ্ঞৰ মতে এলন মাস্কে অতি সোনকালে ১,০০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us