ডুমডুমা বনসংমণ্ডলৰ কাকজানত বন্যহস্তীৰ সন্ত্ৰাস

তিনিচুকীয়াৰ ডুমডুমা বনসংমণ্ডলৰ কাকজানত বন্যহস্তীৰ সন্ত্ৰাস।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • তিনিচুকীয়াৰ ডুমডুমা বনসংমণ্ডলৰ কাকজানত বন্যহস্তীৰ সন্ত্ৰাস।
  • হাতীৰ জাকে ভাঙিলে ৫টাকৈ বাসগৃহৰ লগতে লণ্ড-ভণ্ড কৰিলে সামগ্ৰী।
  • বন বিভাগে হাতী খেদিব ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয়ৰ।
  • বন্যহস্তীৰ জাকে বিনষ্ট কৰিলে বাসগৃহকেইটাৰ খাদ্য সামগ্ৰী।
  • ১নং পিঠাগুটি গাঁৱৰ ৰীমা কৰ্মকাৰ, মোহন দাস কৰ্মকাৰ, যতীন কৰ্মকাৰ।
  • ২নং কাকজান গাঁৱৰ ৰাম ৰতনৰ বাসগৃহ ভাঙিলে হাতীৰ জাকে।
বন্যহস্তী