চন্দ্রপুৰত বন্যহস্তীৰ আক্রমণত মৃত্যু এজন লোকৰ...

মহানগৰীৰ চন্দ্রপুৰত বন্যহস্তীৰ আক্রমণত মৃত্যু এজন লোকৰ। মৃত লোকজন পানবাৰীৰ নলঘুলীৰ পীয়ুষ মাৰাক বুলি চিনাক্ত। চন্দ্রপুৰৰ পৰা ৰাজপথেৰে খোজেৰে ঘৰলৈ গৈ থকা অৱস্থাত আক্রমণ হাতীৰ।

New Update
BREAKING NEWS
  • মহানগৰীৰ চন্দ্রপুৰত বন্যহস্তীৰ আক্রমণত মৃত্যু এজন লোকৰ।
  • মৃত লোকজন পানবাৰীৰ নলঘুলীৰ পীয়ুষ মাৰাক বুলি চিনাক্ত।
  • চন্দ্রপুৰৰ পৰা ৰাজপথেৰে খোজেৰে ঘৰলৈ গৈ থকা অৱস্থাত আক্রমণ হাতীৰ।
  • হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হয় GMCHত।
  • চিকিৎসায়ধীন অৱস্থাতে লোকজনৰ মৃত্যু হয় জানিব পৰা গৈছে।
  • আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো।
চন্দ্ৰপুৰ