New Update
/asomiyapratidin/media/media_files/2026/02/07/64-2026-02-07-21-29-10.jpg)
- দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ নিৰ্বাচন আয়োগৰ দল।
- আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দলটোৱে।
- মানিষ গাৰ্গ,পৱন কুমাৰ শৰ্মা ,সঞ্জয় কুমাৰ,ভানু কুমাৰ য়াতুব আহি উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰত।
- প্ৰতিখন জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে দেওবাৰে বৈঠকত বহিব আয়োগৰ দলটো।
- বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা গুৱাহাটীলৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us