অসম জোকাৰি গ'ল ভূমিকম্পই...

হিলা ভাদৰ দিনটোতে ভূমিকম্পই জোকাঁৰি গ'ল অসমক। মধ্য অসম, উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ কঁপনি। ৰিখটাৰ স্কেলত এই

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24-Recovered

ডিজিটেল ডেস্কঃ পহিলা ভাদৰ দিনটোতে ভূমিকম্পই জোকাঁৰি গ'ল অসমক। মধ্য অসম, উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ কঁপনি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য  ৪.৮। 

তথ্য অনুসৰি, ভাৰতৰ লগতে ভূটানতো অনুভূত হৈছে এই ভূমিকম্পৰ। দুপৰীয়া ১২.০৯বজাত অসমত অনুভূত হয় এই জোকাৰণিৰ। তথ্য অনুসৰি, নগাঁৱৰ হয়বৰগাঁৱৰ ৯কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ।

ভূমিকম্প