দুপৰীয়া ১.০০বজাত ভূমিকম্পই কপাঁই গ'ল...

শুকুৰবাৰে দিনৰ প্ৰায় ১বজাত পাকিস্তানত অনুভূত হয় ভূমিকম্পৰ কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৮। উত্তৰ পাকিস্তানত অনুভূত হোৱা এই ভূমিকম্পৰ সৰ্বাধিক প্ৰভাৱ পৰে লাহোৰ আৰু ইছলামাবাদত।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনৰ প্ৰায় ১বজাত পাকিস্তানত অনুভূত হয় ভূমিকম্পৰ কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৮। 

উত্তৰ পাকিস্তানত অনুভূত হোৱা এই ভূমিকম্পৰ সৰ্বাধিক প্ৰভাৱ পৰে লাহোৰ আৰু ইছলামাবাদত। এই ভূমিকম্পত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই যদিও যথেষ্ট ক্ষয়-ক্ষতিৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, পাকিস্তানত অনুভূূত হোৱা এই ভূমিকম্পই ভাৰতৰ জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱতো কম্পনৰ সৃষ্টি কৰে। 

পাকিস্তান