" নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যজুৰি ভূমিকম্পৰ মৃদু জোকাৰণি মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত অভিভূত হয় এই জোকাৰণি পুৱা প্ৰায় ১০.০৪ বজাত অনুভূত হৈছিল এই জোকাৰণি এই পৰ্যন্ত কোনো স্থানৰ পৰা ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই "