ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য...

ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য...
ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য...
Published on
Updated on
  • ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।

  • সন্ধিয়া প্ৰায় ৭-৫৩ বজাত এই জোকাৰণিৰ অনুভূত।

  • কম সময়ৰ ব্যৱধানত দুবাৰকৈ অনুভূত হয় জোকাৰণি।

  • এতিয়ালৈকে অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি।

  • বাংলাদেশ, ভাৰত আৰু ভূটানত অনুভূত হয় এই জোকাৰণি।

  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.০।

  • এই ভূমিকম্পৰ উৎপত্তিস্থল মেঘালয়ৰ পশ্চিম খাচী পাহাৰ।

ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য...
শিক্ষা, সাহিত্য, সংস্কৃতি, ভাস্কৰ্য্য,শিল্পকৰ্মত অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in