দুলু আহমেদ গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ

হাজোৰ দেহৰকুৰিহাত নিৰ্বাচনী হিংসা। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। তৃণমূল কংগ্ৰেছৰ ৰেলীৰ মাজতে দুই দলৰ কৰ্মীৰ মাজত প্ৰত্যক্ষ সংঘাত সৃষ্টি।

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী হিংসা

নিৰ্বাচনী হিংসা

  • হাজোৰ দেহৰকুৰিহাত নিৰ্বাচনী হিংসা
  • কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত
  • তৃণমূল কংগ্ৰেছৰ ৰেলীৰ মাজতে দুই দলৰ কৰ্মীৰ মাজত প্ৰত্যক্ষ সংঘাত সৃষ্টি
  • ৰেলীত উপস্থিত আছিল তৃণমূল কংগ্ৰেছৰ উপ সভাপতি দুলু আহমেদ
  • দুলু আহমেদ গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ সমৰ্থকৰ
  • ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষীৰ লগতে চি আৰ পি এফৰ বৃহৎ দল
  • আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বহু সময় ধৰি সৃষ্টি হয় তীব্র উত্তেজনা
দুলু আহমেদ নিৰ্বাচনী হিংসা তৃণমূল কংগ্ৰেছ হাজো