অসম জাতীয় পৰিষদ এৰিলে দুলু আহমেদে...

অসম জাতীয় পৰিষদ এৰিলে দুলু আহমেদে...
  • অসম জাতীয় পৰিষদৰ প্ৰাথমিক সদস্য পদ ত্যাগ দুলু আহমেদৰ।

  • অজাপৰ নেতৃত্বলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।

  • জাহাজৰ প্ৰতীকতে বৰপেটাত অৱতীৰ্ণ হ'ব দুলু আহমেদ।

  • লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি পত্ৰ দুলু আহমেদৰ।

  • গগৈয়ও ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক জলাঞ্জলি দিয়াৰো অভিযোগ তুলিলে দুলু আহমেদে।

  • দুলু আহমেদক ভালপোৱা নামনি অসমৰ বহু কৰ্মীক অনাহকত কাৰণ দৰ্শোৱাৰ জাননী দিছে লুৰিণজ্যোতি গগৈয়ে।

  • লুৰিণজ্যোতি গগৈৰ বিশ্বাসঘাটকতাৰ জৱাব এই নিৰ্বাচনতে ৰাইজে দিব বুলিও ক'লে দুলু আহমেদে।

  • আজিৰে পৰা অজাপৰ সৈতে সকলো সম্পৰ্ক ত্যাগ দুলু আহমেদৰ।

  • দলৰ নিষ্ঠাৱান তৃণমূল কৰ্মী সকলক ক্ষমাও বিচাৰিলে দুলু আহমেদে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in