/asomiyapratidin/media/media_files/2026/03/05/2-2026-03-05-08-33-38.jpg)
ডিজিটেল ডেস্কঃ দুলীয়াজানত এটা নাহৰফুটুকী বাঘৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। জালানী গুটীবাৰীত বন বিভাগৰ লোকক আবদ্ধ কৰি প্ৰতিবাদ। বুধবাৰে নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল দুজন লোক।
/asomiyapratidin/media/post_attachments/f1abbb36-069.png)
বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ প্ৰহাৰত মৃত্যু হৈছিল নাহৰফুটুকী বাঘ এটাৰ। ইপিনে নাহৰফুটুকী মৃত্যুৰ পাছতে ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। লগতে বন বিভাগৰ লোকৰ সৈতে আলোচনাত মিলিত হয় স্থানীয় ৰাইজ। আনফালে নাহৰফুটুকীৰ মুক্ত বিচৰণ ৰোধৰ কৰাৰ দাবী বন বিভাগক। ৰাইজৰ দাবী সমূহ পূৰণ কৰাৰ অশ্বাসৰ পিছতহে শান্ত হয় পৰিস্থিতি।
/asomiyapratidin/media/post_attachments/38bb5839-5f0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us