দুলীয়াজানত পুনৰ উৎকট গৰমৰ বাবে এজনৰ মৃত্যু হোৱাৰ সন্দেহ ডিৰিয়াল চাহ বাগিচাৰ ৰাজহুৱা প্রেক্ষাগৃহত উদ্ধাৰ এটা মৃতদেহ মৃতদেহৰ পৰিচয় জানিব পৰা হোৱা নাই আৰক্ষী উপস্থিত হৈ মৃতদেহ হাস্পতাললৈ প্রেৰণ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত