বিপদত আৰ টি আই কৰ্মী দুলাল বৰা !

মুখ্যমন্ত্ৰী ভিজিলেন্সত পোহৰলৈ আহিছে দুলাল বৰাৰ আন এক কুকীৰ্তি। কৰ ফাঁকি দি প’ৰ্টেল চলাই আছে দুলাল বৰাই। বৰাৰ প’ৰ্টেলত ধন বিনিয়োগ কৰিছে বিতৰ্কিত চিকিৎসক মৃদুপৱন বৰাই

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
vbvvb
  • আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ
  • কৰ ফাঁকি দি প’ৰ্টেল চলাই আছে দুলাল বৰাই
  • বৰাৰ প’ৰ্টেলত ধন বিনিয়োগ কৰিছে বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে
  • মুখ্যমন্ত্ৰী ভিজিলেন্স তদন্তত পোহৰলৈ আহিছে এই তথ্য
  • অৱশেষত কৰ ফাঁকি দিয়াৰ বাবে দুলাল বৰাই ভৰিলে ১২ লাখ টকা
দুলাল বৰা