/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cc3e58e4-f9d5-4f67-b45a-c8195afb19d0/dudhnoi.jpg)
Dudhnoi
ডিজিটেল সংবাদ,দুধনৈঃ সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছে দুধনৈত I উক্ত পৰীক্ষাত ১৭ নং স্থান দখল কৰি এ চি এছ লাভ দুধনৈৰ থেকাচু প্ৰথম খণ্ডৰ ছাত্ৰ অচিন্ত্য ৰয়ৰ ।
উল্লেখ্য যে, মেধাৱী ছাত্ৰ ৰয় পিতৃ অতুল চন্দ্ৰ ৰয় আৰু মাতৃ গীতাঞ্জলী ৰয়ৰ প্ৰথম সন্তান। ছাত্ৰগৰাকীৰ সাফল্যত আনন্দ লাভ কৰে অঞ্চলটোৰ ৰাইজে l আনহাতে চৰকাৰৰ নিকা নিযুক্তিৰ বাবে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে।