New Update
/asomiyapratidin/media/media_files/2025/09/22/zubeen-2025-09-22-00-07-27.jpeg)
- জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ঘোষিত ৰাজ্যিক শোক ৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰাৰ মাজতে ৰাজ্য চৰকাৰৰ আন এক সিদ্ধান্ত।
- পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সুৰা বিপণী।
- এই সন্দৰ্ভত মৌখিক নিৰ্দেশনা প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্তই।
- সকলো সুৰা বিপণীকে এই মৌখিক নিৰ্দেশনা পালন কৰিবলৈয়ো অনুৰোধ জিলা আয়ুক্তগৰাকীৰ।
- কেইবাখনো সুৰাৰ বিপণীয়ে প্ৰশাসনৰ মৌখিক নিৰ্দেশনা অমান্য কৰাৰ অভিযোগৰ পিছতে পুনৰ এই নিৰ্দেশ প্ৰশাসনৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us