অসম-মণিপুৰ সীমান্তত ৭৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

অসম-মণিপুৰ সীমান্তত ৭৬ কোটি টকাৰ ড্রাগছ জব্দ। এখন যন্ত্রচালিত নাৱৰ পৰা জব্দ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট। কাছাৰ সীমান্তৰ জিৰিবামত জব্দ ৬১৬টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • অসম-মণিপুৰ সীমান্তত ৭৬ কোটি টকাৰ ড্রাগছ জব্দ
  • এখন যন্ত্রচালিত নাৱৰ পৰা জব্দ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট
  • কাছাৰ সীমান্তৰ জিৰিবামত জব্দ ৬১৬টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ
  • লগতে জব্দ ৫টা পেকেটৰ পৰা ৫.২৮০ কিলোগ্ৰাম নিচাজাতীয় টেবলেট
  • ড্রাগছসহ গ্রেপ্তাৰ কনকপুৰৰ মিহিৰ ৰায় নামৰ এটা সৰবৰাহকাৰী
Advertisment

 

মণিপুৰ