/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dc55e1c9-df49-41bb-888a-32fc6e4a8fa8/111.jpg)
-
বৰপেটা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান
-
হাউলীত পথৰ দাঁতিৰ কাপোৰৰ দোকানত ড্রাগছ উদ্ধাৰ
-
কাপোৰ বিক্রী কৰাৰ চলেৰে ড্রাগছ বিক্রী দুজনৰ
-
অভিযানত ড্রাগছসহ দুই ব্যৱসায়ীক গ্রেপ্তাৰ আৰক্ষীৰ
-
ধৃত নাজিবুল মিঞা, আফাজ আলী
-
বৰপেটা-হাউলী পথৰ মৈৰামাৰা আমতলত আছে দোকানখন
-
উদ্ধাৰ ১৯টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ৫৩১০ টকা