New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত শুকুৰবাৰে নিশা ড্ৰাগছসহ এজন লোকক আৰক্ষীয়ে আটক কৰিছে । বকো থানাৰ অন্তৰ্গত আগছিয়া বকো থানাৰ আৰক্ষীয়ে অভিযান চলাই মানকাচৰৰ নুৰুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক ৭ গ্ৰাম ড্ৰাগছ আৰু নিচাজাতীয় টেবলেটৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us