/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c187af35-8743-4cf9-ac09-4a0776ce7274/bokajan_15.jpg)
bokajan
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
বোকাজানৰ ডিলাইত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।
ডিলাই আৰক্ষীৰ গোপন তালাচীত জব্দ ২ কোটি টকাৰ ড্ৰাগছ।
৩০ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।
ডিমাপুৰৰ পৰা অহা AS04 E 0781 নম্বৰৰ এখন এলট' বাহনত আনিছিল এই ড্ৰাগছখিনি।
জব্দকিত ড্ৰাগছখিনিৰ ওজন ৩৮৪.৫৬ গ্ৰাম।
ড্ৰাগছ সৰবৰাহকাৰী নাগালেণ্ডৰ আছেমঙ থুপিটক আটক কৰিছে আৰক্ষীয়ে।
অধিক তথ্যৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us