/asomiyapratidin/media/media_files/2025/12/05/1-2025-12-05-16-05-24.jpeg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ গৌৰীপুৰৰ আলমগঞ্জত ড্ৰাগছ দাহন কাৰ্য্যসূচী কৰা পৰিলক্ষিত হয় । ধুবুৰী আৰক্ষীৰ সহযোগত এই কাৰ্য্যসূচী অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ পাঁচখন থানাৰ ৭২টা গোচৰৰ প্ৰায় ৩কোটি ৯৭লাখ টকাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ দাহন কৰে।
/asomiyapratidin/media/post_attachments/49715f1c-53d.png)
প্ৰণিধানযোগ্য যে, দাহনকৃত ড্ৰাগছ সমূহ হ'ল হেৰোইন:৪৬৪.০৮গ্ৰাম,ব্ৰাউন চুগাৰ:১২৮.৬৯গ্ৰাম,গাঞ্জা:৮.৩৩৬কেঃজিঃ,নিচা জাতীয় টেবলেট:-৬১০১৭টা আৰু কফ চিৰাফ:-৩০২৮বটল। ইপিনে কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতত জব্দ কৰা ড্ৰাগছখিনি দাহন কৰে ধুবুৰী আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/6b18e414-405.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us