Advertisment

পুনৰ ড্ৰাগছ মাফিয়াই আক্ৰমণ কৰিলে আৰক্ষীক...

তিতাবৰ তেলিয়াপতিত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ যাওতে সংঘটিত হয় এই ঘটনা । ড্ৰাগছ মাফিয়া দুজনে AS01 AW6460 ইণ্ডিগো বাহনেৰে গোলাঘাটৰ পৰা তেলিয়াপতিত বিক্ৰী কৰিবলৈ  আহিছিল ড্ৰাগছখিনি।

author-image
Asomiya Pratidin
New Update
ZG
  • পুনৰ ড্ৰাগছ মাফিয়াই আক্ৰমণ কৰিলে আৰক্ষীক।
  • তিতাবৰ তেলিয়াপতিত সংঘটিত হয় এই ঘটনা।
  • তিতাবৰ তেলিয়াপতিত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ যাওতে সংঘটিত হয় এই ঘটনা ।
  • মাফিক আটক কৰিবলৈ যোৱা এজন আৰক্ষী জোৱানক কলম, কটাৰীৰে আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াই।
  • আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰক্ষী জোৱানজন।
  • আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিছে দুজন ড্ৰাগছ মাফিয়াক।
  • ড্ৰাগছ মাফিয়া দুজনে AS01 AW6460 ইণ্ডিগো বাহনেৰে গোলাঘাটৰ পৰা তেলিয়াপতিত বিক্ৰী কৰিবলৈ  আহিছিল ড্ৰাগছখিনি।
  • ড্ৰাগছ মাফিয়া দুজন হ’ল- ৰফিক আলি আৰু ৰিতু আলি।
Assam police titabar