বিটিআৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ

BTRৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ। BTCৰ ৪০টা সমষ্টিত ভোটাৰৰ সংখ্যা ২৬ লাখ ৬৯ হাজাৰ ৩৯৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩ লাখ ২৯ হাজাৰ ৭৪২ গৰাকী।

author-image
Asomiya Pratidin
New Update
vcvcv
  • BTRৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ
  • BTCৰ ৪০টা সমষ্টিত ভোটাৰৰ সংখ্যা ২৬ লাখ ৬৯ হাজাৰ ৩৯৬ গৰাকী
  • ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩ লাখ ২৯ হাজাৰ ৭৪২ গৰাকী
  • মহিলা ভোটাৰৰ সংখ্যা ১৩ লাখ ৩৯ হাজাৰ ৬৩৭ গৰাকী
  • অন্যান্য ভোটাৰৰ সংখ্যা ৭০ গৰাকী
  • ৪০টা সমষ্টিৰ মুঠ ভোটগ্রহণ কেন্দ্র ৩,২৭৭টা
  • BTRত অন্তৰ্ভুক্ত কৰা হৈছে নতুনকৈ ৮১খন গাঁও
  • নতুন গাঁওসমূহৰ অন্তৰ্ভুক্তিৰে খচৰা ভোটাৰ তালিকা প্রকাশ
  • খচৰা ভোটাৰ তালিকাক লৈ দাবী-আপত্তি জনাব পাৰিব
  • ৫ আগষ্টৰ ভিতৰত দাবী-আপত্তিসমূহ নিৰ্বাচনী বিষয়াক জনাব লাগিব
btr বিটিআৰ