বিশিষ্ট চিকিৎসক ডা০ ভবেন চৌধুৰীক সম্বৰ্ধনা

কলিকতাৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত জনাই এই সম্বৰ্ধনা। নাক, কাণ, ডিঙিৰ বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ বাবে ডা০ চৌধুৰীলৈ এই সন্মান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-08 at 6.56.33 PM
  • বিশিষ্ট চিকিৎসক ডা০ ভবেন চৌধুৰীক সম্বৰ্ধনা। 
  • কলিকতাৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত জনাই এই সম্বৰ্ধনা।
  • নাক, কাণ, ডিঙিৰ বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ বাবে ডা০ চৌধুৰীলৈ এই সন্মান।
  • ডা০ চৌধুৰী গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালৰ পৰিচালন সঞ্চালক।
  • একেদৰে সক্ৰিয় ৰাজনীতিৰো ডা০ চৌধুৰী এগৰাকী কৰ্মী তথা নেতা।
সম্বৰ্ধনা অনুষ্ঠান